পুৰনিগুদাম গড়মূৰত ভয়ংকৰ পথ দুৰ্ঘটনা
শিশু-মহিলাসহ ১১গৰাকী লোকক চিকিৎসালয়লৈ প্ৰেৰণ
নগাঁও:

AS12 AH 9227 নম্বৰৰ EECO আৰু AS01AZ 0225 নম্বৰৰ SANTROবাহনৰ মাজত সংঘৰ্ষৰ ফলত সংঘটিত পথ দুৰ্ঘটনাটো।

জানিব পৰা মতে,নগাঁও চহৰৰ পৰা চামগুৰি অভিমুখে আহি থকা অৱস্থাত চেন্ট্ৰ বাহন খনে নিয়ন্ত্ৰণ হেৰুৱাৰ ফলত ১২৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ মাজৰ ডিভাইডাৰ পাৰ হৈ তেজপুৰৰ পৰা গুৱাহাটী অভিমুখে আহি থকা ইক বাহন খনত তীব্ৰ জোৰেৰে মুখামুখী খুন্দা মৰাৰ ফলত সংঘটিত হয় পথ দুৰ্ঘটনাটো।
পথ দুৰ্ঘটনাটোৰ ফলত ১২৭নং ৰাষ্ট্ৰীয় ঘাইপথত সৃষ্টি হয় তীব্ৰ যানজঁটৰ।