লাহৰীঘাটত ভংয়কৰ অঘটন!
পকী দলং ভাঙি আহতত চাৰি গৰাকীকৈ শ্ৰমিক
লাহৰীঘাট মৰিগাঁও সংযোগী গড়কাপ্তানি পথত সংঘটিত
উন্নত চিকিৎসাৰ বাবে আটাইকেইগৰাকী শ্ৰমিকক নগাঁৱলৈ প্ৰেৰণ
চাইন অন ডেস্ক:

লাহৰীঘাট লালি বিলৰ ওপৰত থকা পকী দলংৰ মেৰামতিৰ কাম কৰি থকা অৱস্হাত দলংৰ এটা অংশ ভাঙি গুৰুতৰ বাবে আহত চাৰি গৰাকীকৈ শ্ৰমিক।
এই ঘটনাটো সংঘটিত হয় লাহৰীঘাট মৰিগাঁও সংযোগী গড়কাপ্তানি পথৰ লালি বিলৰ ওপৰত থকা পকী দলঙখনত।

আহত শ্ৰমিক কেইগৰাকী হ’ল গোলজাৰ হুছেইন ,মুস্তফা আহমেদ ,ইনামুল হক আৰু
ফাৰুক আহমেদ।

