সোণম প্ৰেগনেণ্ট 😳 ! আশ্বৰ্য 😳!
ৰাজাৰ হত্যাকাণ্ডই লৈছে নতুন মোৰ ?
স্বাস্থ্য পৰীক্ষাৰ অন্তত পোহৰলৈ আহিছে ন ন তথ্য !
স্বাস্থ্য পৰীক্ষাৰ অন্তত সোণমৰ অন্তঃসত্ত্বাৰ সন্দেহ কৰা হৈছে! বৰ্তমানলৈ পোহৰলৈ অহা নাই সোণমৰ গৰ্ভত থকা সন্তানৰ পিতৃৰ পৰিচয়!
চাইন অন ডেস্ক:
দেশ কঁপাই যোৱা ৰাজা ৰঘুবংশী হত্যাকাণ্ডৰ ন ন তথ্য পোহৰলৈ আহিছে।সোমবাৰে গাজীপুৰত তেওঁৰ পত্নী সোণম ৰঘুবংশীক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে। গাজীপুৰৰ জিলা চিকিৎসালয়ত সোণমৰ চিকিৎসা পৰীক্ষা সম্পন্ন কৰা হৈছিল। মেডিকেল ৰিপৰ্টত সোণমৰ শৰীৰত কোনো ধৰণৰ আঘাতৰ চিন পোৱা নগ’ল। পিছে এই স্বাস্থ্য পৰীক্ষাৰ অন্তত সোণমৰ অন্তঃসত্ত্বাৰ কথা সন্দেহ কৰা হৈছে। অৱশ্যে বৰ্তমানলৈ পোহৰলৈ অহা নাই সোণমৰ গৰ্ভত থকা সন্তানৰ পিতৃৰ পৰিচয়।

তথ্য অনুসৰি, তিনিগৰাকী মহিলা চিকিৎসকৰ এটা দলে সোণমৰ চিকিৎসা পৰীক্ষা সম্পন্ন কৰিছিল। সোণমৰ গৰ্ভাৱস্থা পৰীক্ষাৰ বাবে চিকিৎসকে এসপ্তাহৰ পিছত আল্ট্ৰাছাউণ্ড কৰাৰ পৰামৰ্শ দিছে।চিকিৎসকৰ দলটোৱে সদৰি কৰে যে, গৰ্ভাৱস্থাৰ আৰম্ভণিতে সঠিক ফলাফল পোৱাটো কঠিন, গতিকে অলপ অপেক্ষা কৰাটো প্ৰয়োজনীয়। সোমবাৰে তিনিগৰাকী মহিলা চিকিৎসকৰ দলে তেওঁৰ শাৰীৰিক আৰু মানসিক অৱস্থাৰ বুজ লোৱাৰ বাবে এই পৰীক্ষা কৰিছিল।