১৮ দিন আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত কটোৱাৰ পিছত আজি পৃথিৱীলৈ
চাইন অন ডেস্ক:
ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লা আৰু এক্সিয়াম-৪ অভিযানৰ আন তিনিজন ক্ৰু মেম্বাৰ ১৮ দিন আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত কটোৱাৰ পিছত আজি পৃথিৱীলৈ উভতি আহিব।
বিয়লি ৩:০১ বজাত ছিটিকি পৰিব শুভাংশু শুক্লাৰ এক্সিয়াম-৪
মহাকাশযানক বিশেষ উদ্ধাৰ জাহাজলৈ টানি অনা হ’ব য’ত মহাকাশচাৰীসকলক কেপচুলৰ পৰা উলিয়াই অনা হ’ব।