বন্ধুৰ মৃতদেহৰ কাষতেই ওৰে নিশা বৰষুণত তিতি বহি থাকিল !
কোকৰাঝাৰত ভয়ংকৰ মটৰ চাইকেল দুৰ্ঘটনাঃ নিহত ১
নিশা তীব্ৰ বৰষুণৰ বাবেই স্থানীয় ৰাইজে দুৰ্ঘটনাৰ বিষয়ে একো গমকেই নাপালে
বন্ধুৰ মৃতদেহৰ কাষতেই ওৰে নিশা বৰষুণত তিতি বহি থাকিল ! ঘটনাত তেওঁৰো ভৰি ভগাৰ বাবেই একো সহায়ৰ ব্যৱস্থা কৰিব নোৱাৰি কেৱল সহায়ৰ বাবেই চিঞৰি থাকিল!নিশা তীব্ৰ বৰষুণৰ বাবেই স্থানীয় ৰাইজে দুৰ্ঘটনাৰ বিষয়ে একো গমকেই নাপালে।