শংকৰ সংঘৰ অধিৱেশনৰ গ্ৰন্থমেলাত “লালেটাপু যুদ্ধ”ৰ শুভ উন্মোচন
গ্ৰন্থ মেলাৰ বাকৰিত অগণন লোকৰ সমাগম
জামুগুৰিহাট:
শোণিতপুৰৰ নদুৱাৰ সমষ্টিৰ জামুগুৰিহাটৰ নাহৰবাৰীৰ জ্যোতি-বিষ্ণু সমন্বয় ক্ষেত্ৰত কালিৰেপৰা তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে শ্ৰীমন্তশঙ্কৰদেৱ সংঘৰ ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশন ৷ এই অধিৱেশনৰ

