ৰাজ্য চৰকাৰৰ সাহিত্যিক পেন্সন-বঁটা ঘোষণা
১৮ গৰাকী বিশিষ্ট সাহিত্যিকলৈ চলিত বৰ্ষৰ সাহিত্য বঁটা
চাইন অন ডেস্ক:
ৰাজ্যৰ সাহিত্য ক্ষেত্ৰলৈ অনবদ্য বৰঙণি আগবঢ়োৱা মুঠ ২৮গৰাকী বিশিষ্ট সাহিত্যিকলৈ আগবঢ়োৱা হৈছে চলিত বৰ্ষৰ সাহিত্যিক পেন্সন আৰু বঁটা। ৰাজ্য চৰকাৰে এক নির্দেশনাৰ জৰিয়তে জাৰি কন্যা ১০ গৰাকীলৈ অনুসৰি ১৮গৰাকী বিশিষ্ট সাহিত্যিকলৈ আগবঢ়োৱা হ’ব সাহিত্য বঁটা আৰু ১০গৰাকীলৈ আগবঢ়োৱা হ’ব সাহিত্যিক পেন্সন। সাহিত্য বঁটাপ্রাপক ১৮গৰাকী বিশিষ্ট সাহিত্যিক হৈছে ক্রমে কামৰূপ মহানগৰ
জিলাৰ ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰী, ড° সূর্যকান্ত হাজৰিকা, ড’ পূর্ণ ভট্টাচার্য, ছজল পাল, উর্মিলা চক্রবর্তী, বৰপেটাৰ কিশোৰী মোহন দাস, বিশ্বনাথৰ পূৰ্ণ কুমাৰ শর্মা, ডিব্ৰুগড়ৰ অর্পণা কোঁৱৰ, হাইলাকান্দিৰ আশুতোষ সাহিত্যিক পেন্সন দাস, কার্বি আংলঙৰ ভবেন চন্দ্র কোচ, কোকৰাঝাৰৰ সাবদা প্রসাদ মুছাহাবী, নগাঁৱৰ গুৰমাইল সিং, শিৱসাগৰৰ ফণী কৈৰী, শোণিতপুৰৰ ড’ যতীন বৰুৱা, শ্রীভূমিৰ সুভাষ চন্দ্র সিনহা, তামুলপুৰৰ বৰুৱাকান্ত ব্রহ্মা, তিনিচুকীয়াৰ গিৰীশ সন্দিকৈ আৰু গোলাঘাটৰ সুৱৰ্ণ শইকীয়া। একেদৰে সাহিত্যিক পেন্সনপ্রাপক ১০ গৰাকী বিশিষ্ট সাহিত্যিক হৈছে ক্রমে কামৰূপ মহানগৰ জিলাৰ দিলীপ চন্দন শর্মা, শান্তনু কৌশিক বৰুৱা, মিহিৰ দেউৰী, ৰঞ্জিত হাজৰিকা, বিশ্বনাথৰ গুঞ্জন কুমাৰ ফুকন, লখিমপুৰৰ শশীধৰ দেউৰী, নলবাৰীৰ কমল কুমাৰ জৈন, তামুলপুৰৰ সোণবৰ বৰৱা, তিনিচুকীয়াৰ যতীন মৰাণ আৰু কাৰ্বি আংলঙৰ থানেশ্বৰ গয়াবী।