ৰটাৰী ক্লাৱৰ উদ্যোগত বিনামূলীয়া চিকিৎসা শিৱিৰ সম্পন্ন
চাইন অন ডেস্ক:
ডিব্ৰুগড় ৰটাৰী ক্লাৱৰ উদ্যোগত, ডিব্ৰুগড় জ্যেষ্ঠ নাগৰিক পৰিষদ আৰু ডাঃ ৰোহিনীকান্ত বৰুৱা আইন মহাবিদ্যালয়ৰ সহযোগত দেওবাৰে পুৱা ১০ বজাৰ পৰা আবেলি ১ বজালৈকে ডিব্ৰুগড়ৰ ডাঃ ৰোহিনীকান্ত বৰুৱা আইন মহাবিদ্যালয়ৰ প্ৰাঙ্গণত বিনামূলীয়া চিকিৎসা 
বিনামূলীয়া চিকিৎসা শিৱিৰ সুকলমে সম্পন্ন হোৱাৰ ক্ষেত্ৰত যি সকল সদাশয় ব্যক্তিয়ে উপস্থিত থাকি সহায়-সহযোগিতা আগবঢ়ালে তেখেত সকললৈ ডিব্ৰুগড় জ্যেষ্ঠ নাগৰিক পৰিষদৰ সভাপতি, সঞ্জীৱ বৰদলৈ, সম্পাদক বলীন্দ্ৰ নাথ বৰদলৈয়ে সকলোলৈকে আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰে।
