নিৰ্বাচনী কুচকাৱাজ ৰাইজৰ দলৰ
মাৰ্ঘেৰিটাত ৰাহুল ছেত্ৰী প্ৰাৰ্থী
বিজেপি নেতৃত্বাধীন চৰকাৰক পৰাজিত কৰাই ৰাইজৰ দলৰ প্ৰধান লক্ষ্য – অখিল গগৈ
মাৰ্ঘেৰিটা:
আগন্তুক ২০২৬ ৰ বিধানসভা নিৰ্বাচনক লৈ তৎপৰ হৈ পৰিছে ৰাইনৈতিক দল সমূহ। মাৰ্ঘেৰিটাত কালি এক দলীয় কৰ্মী সভাত আহি উপস্থিত হয় ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈ। মাৰ্ঘেৰিটাৰ ইণ্ডিয়া ক্লাৱত ৰাইজৰ দলৰ কৰ্মী সকলৰ সৈতে 

গৰিহণা দিয়াৰ লগতে অকমণ্য বিধায়ক আখ্যা দিয়াৰ লগতে বিগত ১০ বছৰে মাৰ্ঘেৰিটাৰ সমষ্টিৰ উন্নয়ন ক্ষেত্ৰত শূন্য কৰ্মফল বুলি উল্লেখ কৰি আগন্তুক নিৰ্বাচনত এক ন- উদ্যমেৰে ৰাইজৰ স্বাৰ্থত কৰ্মসম্পাদন কৰিবলৈ আগবাঢ়ি আহিছে। অন্যহাতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰক ৰেগিং তথা মাৰধৰ কৰাৰ অপৰাধ ৰঙাঘৰৰ আলহী হ’ব লগা হোৱাৰ ৰাহুল ছেত্ৰীক আগন্তক নিৰ্বাচনত ৰাইজে কি দৰে আদৰি লয় সেইয়া লক্ষণীয় হ’ব। ৰাহুল ছেত্ৰীক মাৰ্ঘেৰিটাত ৰাইজৰ দলৰ সভাপতি অখিল গগৈ প্ৰাৰ্থীঘোষণা কৰা কাৰ্য্যই কংগ্ৰেছ শিবিৰত সমগ্ৰ বিষয়টো কিদৰে বিবেচনা কৰে সেইয়া এইমূহুত্বলৈকে জানিব পৰা হোৱা 
