Skip to content মুখ্যমন্ত্ৰীক উদ্দেশ্যি ফেচবুকত অশালীন মন্তব্য
পৰ্টেল সংবাদকৰ্মী নূৰ ইছলামক গ্ৰেপ্তাৰ
চাইন অন ডেস্ক:
ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ প্ৰতি বিৰূপ মন্তব্য কৰি গ্ৰেপ্তাৰ হয় অধিকাৰ সুৰক্ষা মঞ্চৰ নেতা নূৰ ইছলাম।বৰপেটা জিলাৰ আলোপতিচৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে তথাকথিত পৰ্টেল সংবাদকৰ্মী নূৰ ইছলামক।ফেচবুক’ ৰ জৰিয়তে মুখ্যমন্ত্ৰীক অশালীন মন্তব্য কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হয় যুৱকজনক |
ক্ৰাইম ব্ৰাঞ্চৰ নিৰ্দেশত গ্ৰেপ্তাৰ কৰি নূৰ ইছলামক গুৱাহাটীলৈ প্ৰেৰণ কৰিছে আলোপতি আৰক্ষীয়ে।