কাশ্মীৰৰ পেহলগামৰ আক্ৰমণ !
সন্ত্ৰাসবাদীক আশ্ৰয় দিয়া দুজনক গ্ৰেপ্তাৰ
এন আই এয়ে গ্ৰেপ্তাৰ কৰা দুয়োজনেই সন্ত্ৰাসবাদীক আশ্ৰয় দিয়াৰ লগতে খাদ্য আৰু তথ্য প্ৰদানৰে সহযোগ
কাশ্মীৰৰ পেহলগামৰ আক্ৰমণৰ সন্ত্ৰাসবাদীক আশ্ৰয় দিয়া দুজনক গ্ৰেপ্তাৰ কৰা হৈছে।
ইফালে এন আই এয়ে এই ঘটনাৰ সৈতে প্ৰত্যক্ষ বা পৰোক্ষভাৱে জড়িত হ’ব পৰা ১০০ৰো অধিক সন্দেহযুক্ত লোকক জেৰা কৰিছে। সোধা-পোছা কৰা লোকসকলৰ ভিতৰত আছে ঘটনাস্থলীত থকা ফুড ষ্টলৰ মালিক, জিপলাইন অপাৰেটৰ, পানীপুৰি বিক্ৰেতা আদি।