...

পাকিস্তানী মবাইল ফোনৰে অসমীয়া যুৱকক ধমক

Spread the love

পাকিস্তানী মবাইল ফোনৰে অসমীয়া যুৱকক ধমক

চাৰি হেজাৰ টকা নিদিলে বেংক একাউণ্ট বন্ধ কৰাৰ ভাবুকি

আগমনি:

পাকিস্তানী মবাইল ফোনৰে অসমীয়া যুৱকক ধমক ! চাৰি হেজাৰ টকা নিদিলে বেংক একাউণ্ট বন্ধ কৰাৰ ভাবুকি।
পুনৰ অসম-বংগ সীমান্তৰ এজন যুৱকৰ মোবাইলত আহিল ভাবুকি ভৰা বাৰ্তা।
পাকিস্তানৰ ফোন নম্বৰৰে ধুবুৰী জিলাৰ কৈমাৰিৰ তায়াত হুছেইন নামৰ এজন ষ্টেট বেংকৰ গ্ৰাহকৰ মোবাইলত প্ৰেৰণ কৰিলে ভাবুকি ভৰা বাৰ্তা।প্ৰথমতে পাকিস্তানৰ ফোন নম্বৰৰে গ্ৰাহক জনৰ পৰা দাবী কৰিছিল চাৰি হাজাৰ টকা দাবী কৰিছিল ।গ্ৰাহকজন চাৰি হাজাৰ টকা দিবলৈ মান্তি নোহোৱাত বেংকৰ খাতা বন্ধ কৰি দিয়াৰ ভাবুকি দিয়ে।
অৱশেষত ষ্টেট বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰত অৱগত কৰি ছাগলীয়া আৰক্ষীৰ কাষ চাপে যুৱক জন।

Leave a Reply

Your email address will not be published. Required fields are marked *