নগাঁৱৰ ১৫জন লোকক বিদেশী ঘোষণা
নগাঁও,১৮ ডিচেম্বৰ:-
নগাঁৱৰ ১৫জন লোকক বিদেশী ঘোষণা কৰা হৈছে ৷ নগাঁও আয়ুক্ত দেৱাশীষ শৰ্মাই এক নিৰ্দেশনা যোগে বিদেশী ঘোষণা কৰা লোক কেইজনক ২৪ঘণ্টাৰ ভিতৰত ভাৰত ত্যাগ কৰাৰ নিৰ্দেশ দিছে৷ বিদেশী ঘোষণা কৰা লোক ১৫জন হৈছে—
জহুৰা খাতুন (ধিং থানাৰ অন্তৰ্গত কান্দুলীমাৰী),
আব্দুল আজিছ (নগাঁও সদৰ হেদায়ত),
আহেদা খাতুন (জুৰিয়া থানাৰ অন্তৰ্গত বগৰীগুৰি গাঁও),
আজুফা খাতুন (ৰূপহী থানাৰ অন্তৰ্গত গড়েমাটিখোৱা),
হুছেইন আলী (ৰহা থানাৰ অন্তৰ্গত দীঘলিআটি),
ফজিলা খাতুন (জাজৰি থানাৰ অন্তৰ্গত হাতীযুজুৱা),
আনোৱাৰা বেগম (চামগুৰি থানাৰ অন্তৰ্গত লেংটেং গাঁও)
আশা খাতুন (চামগুৰি থানাৰ অন্তৰ্গত শলবাৰী)
নজৰুল ইছলাম (ৰহা থানাৰ অন্তৰ্গত চাপৰমুখ)
ৰহিম শ্বেখ (ৰহা থানাৰ অন্তৰ্গত দীঘলিআটি),
বাৰেক আলী (ৰহা থানাৰ অন্তৰ্গত দীঘলিআটি)
ইদ্দিছ আলী (ৰহা থানাৰ অন্তৰ্গত ৰহা টাউন)
ৰুস্তম আলী (কলিয়াবৰ থানাৰ অন্তৰ্গত হাতীগাঁও বাগান),
আনোৱাৰ খান (জখলাবন্ধা থানাৰ অন্তৰ্গত গাৰোবন্ধা গাঁও),
তাহেৰ আলী (উলুৱনি থানাৰ অন্তৰ্গত গৰৈমাৰী গাঁও) ।
উল্লেখ্য যে,আটাইকেইজনে নিজৰ ঠিকনা নগাঁও জিলাত দিছে যদিও তেওঁলোকৰ বসতি সমগ্ৰ অসমৰ অন্য প্ৰান্তত আছে ।
