পৰম্পৰাগত নিতি নিয়মেৰে সম্পন্ন কৰা হ’ব বুলি জানিব পৰা গৈছে। । উল্লেখ যে অঞ্চলটোত দীঘ্ৰ দিন ধৰি ড্ৰাগছ কাণিৰ বেহা চলি আহিছে । ড্ৰাগছ আসক্ত কোনো দুৰ্বৃত্তই এনে ঘটনা সংঘটিত কৰা সন্দেহ কৰিছে স্থানীয় লোকে। অঞ্চলটোত বৃদ্ধি পোৱা এনে ড্ৰাগছ বেহা সম্পন্ন বন্ধ কৰিবলৈ দাবী জনাইছে স্থানীয় দল সংগঠন তথা সচেতন মহলে । অন্যথা এনে লোমহৰ্ষক ঘটনা পুনৰ সংঘটিত হোৱাৰ আকংশাই দেখা দিছে। এইক্ষেত্ৰত আৰক্ষী প্ৰশাসনে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেইয়া লক্ষনীয় হ’ব। বৌদ্ধ বিহাৰৰ বিহাৰাধ্যক্ষ গৰাকীৰ অকাল মৃত্যুৱে অঞ্চলটোত শোঁকৰ ছাঁ পেলাইছে।