মানাসৰ ফুল জুবিন গাৰ্গৰ নামত নামাকৰণ
‘Osbeckia zubeengargiana’ নামেৰে নামাকৰণ ফুলবিধ
চাইন অন ডেস্ক:
গুৱাহাটী বিশ্ববিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ গৱেষক বৰ্ণালী দাস আৰু অধ্যাপিকা নমিতা নাথে কেৰালাৰ NSS কলেজৰ ড° প্ৰশোব পুলপ্ৰাৰ সহযোগত ‘Osbeckia zubeengargiana’ নামৰ এই প্ৰজাতিটোৰ বিষয়ে আন্তঃৰাষ্ট্ৰীয় শ্ৰেণীবিভাজন আলোচনী ‘Phytotaxa’ত বৰ্ণনা