...

লাহোৱাল আঞ্চলিক ছাত্ৰ সন্থাত ধুমুহা!

Spread the love

 

লাহোৱাল আঞ্চলিক ছাত্ৰ সন্থাত ধুমুহা!

ছাগলী চুৰিত হাতে লোটে ধৰা পৰিল ছাত্ৰ সন্থাৰ সভাপতি জিন্তু দা

 

চাইন অন ডেস্ক:

#লাহোৱাল আঞ্চলিক ছাত্ৰ সন্থাত কালিমা হানিলে সভাপতিয়ে
# ছাগলী চুৰি কৰিবলৈ গৈ হাতে লোটে ধৰা পৰিল লাহোৱাল আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি জিন্তু দাস ৷
# লাহোৱালৰ পাত্ৰ গাঁৱৰ সমীপত চৰণীয়া পথাৰৰ পৰা ছাগলী চুৰি থকা অৱস্থাতে স্থানীয় লোকে হাতে লোটে ধৰিবলৈ সক্ষম হয় সভাপতিজনক ৷
#সভাপতি জিন্তু দাসৰ সহিতে জড়িত আছিল আন দুজন যুৱক

#ইতিমধ্যে আৰক্ষীয়ে দুচকীয়া বাহনখন জব্দ কৰিছে যদিও জিন্তু দাসৰ সহিতে আন দুজন যুৱক পলাই হাৰিবলৈ সক্ষম হয় ৷
# ঘটনাৰ সন্দৰ্ভত এজাহাৰ প্ৰদানৰ প্ৰস্তুতি ছাগলীৰ গৰাকী ভাইকণ গোহাঁইৰ৷
# পূৰ্বেও লাহোৱাল আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি জিন্তু দাসে ছাগলী চুৰিৰে জড়িত থকা বুলি অভিযোগ উত্থাপিত হৈ আহিছিল বুলি জানিব পৰা গৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *