২৫ জানুৱাৰীত শুভ উদ্বোধন কোকৰাঝাৰ নৱনিৰ্মিত চিলাৰায় ভৱন
প্ৰদৰ্শিত হ’ব কোচ ৰাজবংশী জনগোষ্ঠীৰ কৃষ্টি-সংস্কৃতি
বাসুগাঁও:
অসম চৰকাৰৰ অধীনস্থ কোঁচ ৰাজবংশী উন্নয়ন পৰিষদৰ উন্নয়ন পূজিৰ দ্বাৰা কোঁচ ৰাজবংশী কালচাৰেল ছ’চাইটিৰ কোকৰাঝাৰৰ ডিমলগাঁ স্থিত মুখ্য কাৰ্যালয় চৌহদত নিৰ্মিত ‘চিলাৰায় ভৱন’টি অহা ২৫ জানুৱাৰী দিনা শুভ উদ্বোধন কৰা হ’ব । দুই কোটি দহ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মিত ভৱনটি সিদিনা দিনৰ

