Skip to content JOB ! JOB ! JOB !
SBIত ৬,৫৮৯ টা পদ মুকলি
আবেদনৰ অন্তিম তাৰিখ ২৬ আগষ্ট
ষ্টেট বেংক অৱ ইণ্ডিয়াত খালী হোৱা পদ পূৰণৰ বাবে অৰ্হতাসম্পন্ন প্ৰাৰ্থীৰ পৰা আবেদন বিচৰা হৈছে।
জুনিয়ৰ এছ’চিয়েট (কাষ্টমাৰ ছাপ’ৰ্ট এণ্ড ছেলছ)।
পদৰ সংখ্যা ৬,৫৮৯টা।
উত্তৰ-পূবত পদ ৩২৯টা।
অসমত পদৰ সংখ্যা ১৬৭টা।
অসমত পৰীক্ষা কেন্দ্র:
ডিব্ৰুগড়, গুৱাহাটী, যোৰহাট, শিলচৰ, তেজপুৰ।
যোগাযোগ নম্বৰ:০২২-২২৮২০৪২৭।
বয়স: ১ এপ্রিল ২০২৫ তাৰিখৰ ভিত্তিত ২০-২৮ বছৰ।
বয়স ৰেহাই:এছচি/এছটি ৫ বছৰ, আবিচি-৩ বছৰ, পিডব্লিউডি (সংৰক্ষণমুক্ত)-১০ বছৰ, পিডব্লিউডি (অ’বিচি) ১৩ বছৰ, পিডব্লিউডি (এছচি/এছটি)- ১৫ বছৰ।
শিক্ষাগত অর্হতা:প্রার্থী স্বীকৃতিপ্রাপ্ত বিশ্ববিদ্যালয়ৰ পৰা যিকোনো শাখাত স্নাতক ডিগ্রীধাৰী হ’ব লাগিব। তদুপৰি প্ৰাৰ্থীৰ স্থানীয় ভাষাৰ জ্ঞান থকা বাঞ্ছনীয়।
আবেদন মাচুল:সংৰক্ষণমুক্ত-৭৫০ টকা, অ’বিচি/ইডব্লিউএছ-৭৫০ টকা।
ৱেবছাইট:
https://bank:sbi/careers