...

ডিব্ৰুগড় বিমানবন্দৰত ৩ খন দুৱাৰে নামিব পাৰিব যাত্ৰী !

Spread the love

 

ডিব্ৰুগড় বিমানবন্দৰত ৩ খন দুৱাৰে নামিব পাৰিব যাত্ৰী !

 

ইণ্ডিগ’ই আৰম্ভ কৰিলে সেৱা !

চাইন অন ডেস্ক:

ইণ্ডিগ’ই আজি ডিব্ৰুগড় বিমানবন্দৰত ৩ দুৱাৰৰ অৱতৰণৰ প্ৰক্ৰিয়া সফলতাৰে আৰম্ভ কৰিলে, যাৰ ফলত সন্মুখৰ দুটা দুৱাৰ আৰু পিছফালৰ এটা দুৱাৰেৰে যাত্ৰীক দ্ৰুতগতিত ওলাই যাব পৰাৰ ব্যৱস্থা কৰিলে।এই পদক্ষেপৰ লক্ষ্য হৈছে ভ্ৰমণৰ দক্ষতা বৃদ্ধি কৰা আৰু বিমানবন্দৰত যাত্ৰীৰ সুবিধাৰ ক্ষেত্ৰত এক উল্লেখযোগ্য পদক্ষেপ।

Leave a Reply

Your email address will not be published. Required fields are marked *