নগৰবেৰাত দুৰ্ঘটনাত পতিত স্কুলীয়া বাহন
আহত হৈ চিকিৎসাধীন ১৫ শিক্ষাৰ্থী
নগৰবেৰা:
নগৰবেৰাত দুৰ্ঘটনাত পতিত স্কুলীয়া বাহন।আহত হৈ চিকিৎসাধীন ১৫ জনকৈ শিক্ষাৰ্থী।বুধবাৰৰ পুৱাৰ ভাগতেই পথালিপাৰা গাঁৱৰ পূৱ দিশত নগৰবেৰা পঞ্চায়তৰ সন্মুখভাগৰ পথত সংঘটিত হয় দুখন বাহনৰ মুখামুখি সংঘৰ্ষ।এখন স্কুলৰ ছাত্ৰ ছাত্ৰী কঢ়িওৱা বাহন আৰু এখন মালবাহী টাটা মেজিকৰ মুখামুখি সংঘৰ্ষ হয় ,বাহন দুখনৰ নম্বৰ এএছ ২৫এচি- ২১৯০ টাটা মেজিক আৰু এএচ ১৩ এচি ৪৩১৮ টাটা ডি আই।দুৰ্ঘটনাটোত প্ৰায় ১৫ জনকৈ স্কুলীয়া শিক্ষাৰ্থী আঘাতপ্ৰাপ্ত 