গুগল মেপ কিমান বিশ্বাসযোগ্য ?
আপুনিও ব্যৱহাৰ কৰে নেকি?
তেন্তে এতিয়া সাৱধান হওক!
গুগল মেপ কিমান বিশ্বাসযোগ্য ? আপুনিও ব্যৱহাৰ কৰে নেকি?তেন্তে এতিয়াৰে পৰা সাৱধান হওক ! গুগল মেপ ব্যৱহাৰ কৰি বৰ্তমানলৈ বহু কেইজনে প্ৰাণ দিব লগাৰ বিপৰীতে আন কোনোবাই ওৰে নিশা ঘণ জংঘলত কটাব লগীয়া পৰিস্থিতিৰ সন্মুখীন হোৱাৰ বাতৰি পোৱা গৈছে।
লগে লগে ওচৰতে থকা লোকসকলে পথৰ ওপৰত বাগৰি পৰা ভানখনৰ গ্লাছ ভাঙি কণ কণ শিক্ষাৰ্থীসকলক বাহিৰলৈ উলিয়াই আনে। পিছত আঘাতপ্ৰাপ্ত শিক্ষাৰ্থীসকলক যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত প্ৰাথমিক চিকিৎসা প্ৰদান কৰা হয়।এই দুৰ্ঘটনাত কম-বেছি পৰিমাণে আঘাতপ্ৰাপ্ত হয় শিক্ষাৰ্থীসকল।এই সন্দৰ্ভত স্কুল ভানখনৰ চালকজনে কয়, “পুলিবৰ দিশৰ পৰা আহি আমাৰ ভানখনে ৰাষ্ট্ৰীয় ঘাইপথত উঠাৰ সময়তে বিপৰীত দিশৰ পৰা অহা AS 04 Q 0036 নম্বৰ এখন বলেৰ’ৱে তীব্ৰগতিত আহি খুন্দা মৰাৰ ফলত আমাৰ ভানখন পথৰ ওপৰতে লুটি খাই বাগৰি পৰে । বাহনখনত মোৰ ল’ৰাটোৰ লগতে আৰু দুগৰাকী শিক্ষাৰ্থী আছিল ।”