...

বাংলাদেশত হিন্দু নিৰ্যাতন

Spread the love

বাংলাদেশত হিন্দু নিৰ্যাতন

সামাজিক মাধ্যমত বিতৰ্কিত মন্তব্য কৰি গ্ৰেপ্তাৰ যুৱক

*চাইন অন ডেস্ক:

বাংলাদেশত হিন্দুৰ ওপৰত নিৰ্যাতন চলোৱাৰ সমৰ্থনত সামাজিক মাধ্যমত পষ্ট দি মৈৰাবাৰীত গ্ৰেপ্তাৰ এজন যুৱক।

গ্ৰেপ্তাৰ হোৱা যুৱকজন মৈৰাবাৰীৰ হাঁহচৰা গাওঁৰ বাহাৰ উদ্দিন বুলি জানিব পৰা গৈছে।

দীৰ্ঘদিনৰে পৰা সামাজিক মাধ্যমত উত্তেজনাপূৰ্ণ মন্তব্য আগবঢ়ায় আহিছিল যুৱক জনে।

ইতিমধ্যে মৈৰাবাৰীৰ ভেলৌগুৰী আৰক্ষীয়ে ৩০/২৫ নম্বৰ গোচৰ ৰুজু কৰি U/S 196(1)/299/353(1)(b)(c)/353(2)BNS যুৱক জনক গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছে।

যুৱক জনে যুৱতীৰ নামত সামাজিক মাধ্যমত ভুৱা একাউণ্ট খুলি বিভিন্ন দেশদ্রোহী মন্তব্য আগবঢ়ায় আহিছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *