দুটা কাৰ্যসূচীৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আজি ধুবুৰীৰ বিলাসীপাৰাত
*চাইন অন ডেস্ক:*
আজি দুটাকৈ কাৰ্যসূচীলৈ ধুবুৰী জিলাৰ বিলাসীপাৰাত উপস্থিত হ’ব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা। প্ৰথমটো কাৰ্যসূচীত তেখেত
মহিলা উদ্যোমতা আঁচনিৰ অধীনত বিলাসীপাৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত আত্মসহায়ক গোটসমূহৰ ১৮,৩৭৫ গৰাকী মহিলাসকল চেক প্ৰদান কৰিব। পিছত তেওঁ বিলাসীপাৰাৰ খুদিগাওঁ দ্বিতীয় খণ্ডত নিৰ্মিত ৭০
