গোলকগঞ্জৰ বিবাহ যাত্ৰী কঢ়িওৱা বাহনত ভয়ংকৰ দূৰ্ঘটনা
আগিয়াৰ বুধিপাৰাত বিবাহ যাত্ৰীৰ বাছত-মেজিকত খুন্দা ট্ৰাকৰ
নিহত দৰাৰ জ্যেষ্ঠ ভাতৃ-মোমায়েক
চাইন অন ডেস্ক:
ধুবুৰী জিলাৰ গোলকগঞ্জৰ উত্তৰ ৰায়পুৰ প্ৰথম খণ্ড গাওঁৰ এঘৰত এতিয়া কান্দোনৰ ৰোল।কালি নিশা ৭টা মান গাওঁখনৰ লক্ষীকান্ত দাসৰ পুত্ৰ বিষ্ণু দাসে বিবাহ কৰিবলৈ গৈছিল গোৱালপাৰাৰ আগিয়ালৈ। কিন্তু, দূৰ্ভাগ্যক্ৰমে সুকলমে 