...

ছাগলীয়াত আমছুৰ প্ৰতিবাদ

Spread the love

ছাগলীয়াত আমছুৰ প্ৰতিবাদ

বাংলাদেশৰ অন্তৰ্বতিকালিন চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছৰ প্ৰতিমূৰ্তি দাহ

ধুবুৰী:

বাংলাদেশত হিন্দুক সুৰক্ষা প্ৰদানৰ দাবীত ধুবুৰী জিলাৰ অসম-বংগ সীমান্তৰ ছাগলীয়াত আমছুৰ প্ৰতিবাদ – বাংলাদেশৰ অন্তৰ্বতিকালিন চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছৰ জুমুঠি দাহ।
বাংলাদেশত হিন্দু সম্প্ৰদায়ৰ সুৰক্ষা প্ৰদানৰ দাবীতে আজি ধুবুৰী জিলাৰ অসম বংগ সীমান্তৰ ছাগলীয়াত আমছুয়ে এক প্ৰতিবাদ কাৰ্যসূচী ৰূপায়িত কৰে। হাতে হাতে প্লেকাৰ্ড লৈ বিভিন্ন ধৰণৰ বাংলাদেশ চৰকাৰ বিৰোধী শ্লোগানেৰে ৰাজপথ উত্তাল কৰি তুলে। প্ৰতিবাদকাৰী সকলে বাংলাদেশৰ অন্তৰ্বতিকালিন চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছৰ জুমুঠিও দাহ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *