ভৱানীপুৰত নকল সোণৰ মূৰ্ত্তি !
সৰবৰাহকাৰী এজনক আটক
সৰুপেটা:

জানিব পৰা মতে ভৱানীপুৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মানস প্ৰতীম কুমাৰে গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত কালি বিয়লি প্ৰায় ৪-৩০ বজাত বাংলীপাৰাৰ বি পি চি এল পেট্ৰল পাম্পৰ সমীপত সন্দেহজনক ভাৱে ৰৈ থকা লোক এজনক কৰায়ত্ত কৰি 