...
Spread the love

 

 

আজি পুনৰ উৰীয়ামঘাটত উচ্ছেদ অভিযান

 

 

ৰেংমা বনাঞ্চলত চলিছে উচ্ছেদ অভিযান

 

চাইন অন ডেস্ক:

আজি পুনৰ উৰীয়ামঘাটত ৰেংমা বনাঞ্চলত চলিছে উচ্ছেদ অভিযান। প্ৰথম পয্যায়ৰ উচ্ছেদ অভিযানৰ সফল ভাবে সামৰণি পৰাৰ পাছতে পুনৰ ৰেংমা বনাঞ্চল তিনিখনকৈ গাঁৱত আজি চলিছে উচ্ছেদ অভিযান।

গাঁৱকেইখন ক্ৰমে ১নং মধুপুৰ ,হাতীডুবি আৰু ৰানা নগৰ । উল্লেখিত তিনিখন গাঁৱৰ প্ৰায় ২০০তা পৰিয়ালৰ গৃহত চলিছে প্ৰশাসনৰ বুলড’জাৰ। উৰীয়ামঘাট ৰেংমা সংৰক্ষিত বনাঞ্চলত বিগত এটা মাহে চলি আহিছে অবৈধ নাগৰিকে বসবাস কৰি অহা বনাঞ্চলৰ ভূমিত উচ্ছেদ অভিযানত। প্ৰথম পয্যায়ত ১০০০০ বিঘা ভূমি বেদশলমুক্ত কৰা হৈছিল যদিও , দ্বিতীয় পয্যায়ৰ উচ্ছেদ অভিযান অব্যাহত আছে।

উল্লেখ্য যে ৰেংমা বনাঞ্চলত বিগত বহু বছৰ ধৰি অবৈধ নাগৰিকে বনাঞ্চল ধংশ কৰি অবাধ হাৰত তামোলৰ ব্যৱসায় , দৈয়াং নৈৰ বুকুত শিল খনন কৰি অবাধ ব্যৱসায় কৰি আহিছিল । নামিছিল অবৈধ ড্ৰাগছ,মৰাণস্ত্ৰ ইত্যাদিৰ ব্যৱসায়ত।

উল্লেখিত তিনিখন গাঁৱৰ প্ৰায় ২০০তা পৰিয়ালৰ গৃহত চলিছে প্ৰশাসনৰ বুলড’জাৰ । উৰীয়ামঘাট ৰেংমা সংৰক্ষিত বনাঞ্চলত বিগত এটা মাহে চলি আহিছে অবৈধ নাগৰিকে বসবাস কৰি অহা বনাঞ্চলৰ ভূমিত উচ্ছেদ অভিযানত । প্ৰথম পয্যায়ত ১০০০০ বিঘা ভূমি বেদশলমুক্ত কৰা হৈছিল যদিও , দ্বিতীয় পয্যায়ৰ উচ্ছেদ অভিযান অব্যাহত আছে ।

উল্লেখ্য যে ৰেংমা বনাঞ্চলত বিগত বহু বছৰ ধৰি অবৈধ নাগৰিকে বনাঞ্চল ধংশ কৰি অবাধ হাৰত তামোলৰ ব্যৱসায় , দৈয়াং নৈৰ বুকুত শিল খনন কৰি অবাধ ব্যৱসায় কৰি আহিছিল । নামিছিল অবৈধ ড্ৰাগছ,মৰাণস্ত্ৰ ইত্যাদিৰ ব্যৱসায়ত । আজি পুনৰ বনবিভাগে চলাইছে উচ্ছেদ অভিযানৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *