ছমৰীয়াৰ বামুণবড়ীত অবৈধ ইটাভাতাত প্ৰশাসনৰ বুলড’জাৰ
চাইন অন ডেস্ক:
কামৰূপৰ ছমৰীয়া ৰাজহ চক্ৰৰ অন্তৰ্গত কেইবাখনকৈ গাঁৱত কাঠফুলাৰ দৰে একাংশ খামিডাঠ ব্যৱসায়ীয়ে বহু বছৰৰে পৰা অবৈধভাবে চলাই আহিছে বাংলা ইটাৰ ব্যৱসায়।প্ৰতিবছৰেই এবাৰ দুবাৰ প্ৰশাসনে এই ইটা ব্যৱসায়ৰ বিৰুদ্ধে অভিযান চলায় যদিও পুনৰ

উল্লেখ্য ইয়াৰ পূৰ্বেও ইটা ভাতা ভাঙিবলৈ যোৱা আৰক্ষীৰ দলৰ সতে প্ৰতিবেশী হাড়িভাঙ্গা অঞ্চলত স্থানীয় একাংশৰ মাজত এক উত্তপ্ত পৰিস্থিতিৰ উদ্ৰেক ঘটিছিল।তেনেক্ষেত্ৰত আইন-প্ৰশাসনক কেৰেপ নকৰি ব্যৱসায়ী চক্ৰই বাহুবলেৰে এনে অবৈধ বেহা চলাই আছে নেকি বুলিও সচেতন ৰাইজৰ মনত প্ৰশ্নৰ উদ্ৰেক ঘটিছে।