...

ড° ৰাজীৱ সন্দিকৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ নতুন শৈক্ষিক পঞ্জীয়ক

Spread the love

ড° ৰাজীৱ সন্দিকৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ নতুন শৈক্ষিক পঞ্জীয়ক

ড° ৰাজীৱ সন্দিকৈ বিশ্ববিদ্যালয়খনৰ ইতিহাস বিভাগৰ মুৰব্বী অধ্যাপক

 

চাইন অন ডেস্কঃ

গুৱাহাটী বিশ্ববিদ্যালয়ৰ নতুন শৈক্ষিক পঞ্জীয়ক নিযুক্তি।
✅ড০ ৰাজীৱ সন্দিকৈ বিশ্ববিদ্যালয়খনৰ নতুন শৈক্ষিক পঞ্জীয়ক।
✅বিশ্ববিদ্যালয়খনৰ ইতিহাস বিভাগৰ মুৰব্বী অধ্যাপক ড০ সন্দিকৈ।
✅তেওঁ প্ৰায় ৯ বছৰ ধৰি ডেপুটি পঞ্জীয়ক হিচাপেও দায়িত্ব পালন কৰিছিল।
✅অহা ১ জুনৰ পৰা তেওঁ গ্ৰহণ কৰিব এই নতুন দায়িত্ব।
✅ড০ সন্দিকৈয়ে ডিব্ৰুগড় বিশ্ববিদ্যালয়তো সহযোগী অধ্যাপক হিচাপে কৰ্তব্য পালন কৰিছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *