ডিব্ৰুগড়,খোৱাং,দুলীয়াজানত কংগ্ৰেছৰ ব্যাপক খহনীয়া
ভূপেন বৰাৰ পদত্যাগৰ পাছতে সহস্ৰাধিক কংগ্ৰেছ কৰ্মীৰ বিজেপিত যোগদান
চাইন অন ডেস্ক:
প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাৰ দল ত্যাগৰ পাছতে উজনিৰ কংগ্ৰেছত আৰম্ভ হৈছে ব্যাপক খহনীয়া। বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত ডিব্ৰুগড়ৰ দুটা সমষ্টিৰ প্ৰায় সহস্ৰাধিক কংগ্ৰেছ কৰ্মীয়ে পৰিধান কৰিলে গেৰুৱা বসন। 
