ডিব্ৰুগড় বিদ্যালয়সমূহক গৰমৰ পৰা পৰিত্ৰাণ তথা সুৰক্ষাৰ বাবে বিদ্যালয়ৰ পৰিদৰ্শকৰ নিৰ্দেশনা
নিৰ্দেশনা কাৰ্যকৰী কৰিবলৈ তাৎক্ষণিক নিৰ্দেশ
সমগ্ৰ অসমতে চলি থকা অত্যধিক গৰমৰ পৰিস্থিতিৰ বাবে ডিব্ৰুগড় জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ে জিলাখনৰ সকলো চৰকাৰী প্ৰাদেশিক, টি জি পৰিচালিত, আৰু ব্যক্তিগত বিদ্যালয়ৰ বাবে ছাত্ৰ-ছাত্ৰীৰ গৰমৰ পৰা সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে এক বিশদ নিৰ্দেশনা জাৰি কৰিছে।
ইলেক্ট্ৰিক ফেনৰ কাৰ্য্যক্ষমতা:
বাহিৰৰ কাম-কাজৰ ওপৰত নিষেধাজ্ঞা: