...

ডিব্ৰুগড়ত গ্ৰেপ্তাৰ তিনি

Spread the love

 

ডিব্ৰুগড়ত গ্ৰেপ্তাৰ তিনি

 

গো-মাংস ৰখাৰ অপৰাধ!

চাইন অন ডেস্ক:

নিষিদ্ধ মাংস বিক্ৰীৰ বিৰুদ্ধে অভিযান চলাই ডিব্ৰুগড় আৰক্ষীয়ে তিনিজন ব্যক্তিক গ্ৰেপ্তাৰ কৰে। অভিযানৰ সময়ত মুঠ ১৫ কিলোগ্ৰাম কেঁচা গো-মাংস আৰু ৫ কিলোগ্ৰাম ৰন্ধা মাংস জব্দ কৰা হয়।

চলি থকা অভিযান সন্দৰ্ভত সদৰী কৰি ডিব্ৰুগড়ৰ ভাৰপ্ৰাপ্ত আৰক্ষী অধীক্ষক শান্তনু দত্তই এই অভিযান অব্যাহত থাকিব বুলি উল্লেখ কৰি এতিয়ালৈকে গ্ৰহণ কৰা ব্যৱস্থাৰ বিষয়ে অৱগত কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *