ঢকুৱাখনাত আৰক্ষীয়ে খেদি খেদি ধৰিলে
দুই ড্ৰাগছ সৰবৰাহকাৰীক
*ঢকুৱাখনা:*

অঞ্চলত দীৰ্ঘদিনীয়া পৰাই ড্ৰাগছ বেপাৰ চলাই আহিছিল বুলি অভিযোগ উত্থাপন হৈছে।
ইতিমধ্য আৰক্ষীয়ে ঢকুৱাখনা থানাত এটা গোচৰ পঞ্জীয়ন কৰি দুই ড্ৰাগছ সৰবৰাহকাৰীক জেৰা অব্যাহত ৰাখিছে ।