...

স্বাধীনতা দিৱসৰ প্ৰাক মূৰ্হুতত দক্ষিণ শালমাৰা-মানকাচৰত অসম মেঘালয় সীমান্তবৰ্তী সজীৱ গুলি উদ্ধাৰ

Spread the love

 

 

স্বাধীনতা দিৱসৰ প্ৰাক মূৰ্হুতত দক্ষিণ শালমাৰা-মানকাচ

 

 

অসম মেঘালয় সীমান্তবৰ্তী সজীৱ গুলি উদ্ধাৰ

মানকাচৰ:

স্বাধীনতা দিৱসৰ প্ৰাক মূৰ্হুতত দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ অসম মেঘালয় সীমান্তবৰ্তী কলাবাৰী নামৰ ঠাইত বৃহৎ পৰিমাণৰ সজীৱ গুলী উদ্ধাৰ হোৱা ঘটনাই সমগ্ৰ জিলা খনত চান্ঞ্চল্য বিৰাজ কৰিছে।
দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ আৰক্ষীয়ে গোপন সুত্ৰৰ পম খেদি অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰতাপ দাসৰ নেতৃত্বত আৰক্ষীৰ দল এটা কলাবাৰীৰ কাঠৰ দলঙৰ ওচৰত অভিযান নিশা চলাই 7.62 SLR ৰ ১২ টা সজীৱ গুলী,

303 Rifle ৰ গুলী ৩ টা সজীৱ গুলী , 5.56 INSAS ৰ গুলী ৩ টা সজীৱ গুলী আৰু 7.62 AK-47 ৰ ৭ টা সজীৱ গুলী উদ্ধাৰ কৰে। উদ্ধাৰ হোৱা গুলী খিনি কোনোবা দুৰ্বৃত্তই জংলত লুকাই ৰখাৰ সন্দেহ কৰা হৈছে। ঘটনা সন্দৰ্ভত কাকো আটক কৰিব পৰা নাই।

Leave a Reply

Your email address will not be published. Required fields are marked *