ডিব্ৰুগড়ত লেখিকা- চিত্ৰশিল্পী ইলোৰা ভাগৱতীৰ ‘ৰাগ-অনুৰাগ’ শীৰ্ষক গ্ৰন্থ উন্মোচন ড০ নগেন শইকীয়াৰ
চাইন অন ডেস্ক:
ডিব্ৰুগড়ৰ জীৱন ফুকন নগৰৰ নিবাসী স্বনামধন্য সাহিত্যিক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড০ নগেন শইকীয়াৰ বাসগৃহ বৰ্ণমালাত কালি লেখিকা-চিত্ৰশিল্পী ইলোৰা ভাগৱতীৰ ‘ৰাগ-অনুৰাগ’ শীৰ্ষক গ্ৰন্থ উন্মোচন হৈ যায়। গ্ৰন্থখন উন্মোচন কৰি বিশিষ্ট সাহিত্যিক ড০ নগেন শইকীয়াই কয় যে, ইলোৰা ভাগৱতীয়ে চিত্ৰশিল্প সম্পৰ্কীয় তিনিখন গ্ৰন্থ ইতিমধ্যে প্ৰকাশিত হৈছে। ৰাগ-অনুৰাগ কবিতা পুথিখনৰ চৰিত্ৰ অলপ পৃথক বুলি মন্তব্য কৰে সাহিত্যিকগৰাকীয়ে। ডিব্ৰু মহাবিদ্যালয়ৰ প্ৰাক্তন উপাধ্যক্ষ বীৰেন বৰুৱাই আঁত 