ঢকুৱাখনাত বিজেপি-কংগ্ৰেছৰ তীব্ৰ নিৰ্বাচনী প্ৰচাৰ
উন্নয়নৰ স্বাৰ্থত ৰাইজক ভোট দিবলৈ আহ্বান বিজেপিৰ
ঢকুৱাখনা:



ভোটাৰ ৰাইজক অৱগত কৰি মিত্রজোটৰ প্রার্থী দলেয়ে আগন্তুক দিনত ঢকুৱাখনাৰ
বিকাশ আৰু উন্নয়নত অধিক গুৰুত্ব প্রদান কৰিব বুলিও প্ৰতিখন নিৰ্বাচনী সভাতে
নিশ্চিতি প্রদান কৰিছে।ইয়াৰ মাজতে সমষ্টিটোত মুখ্যমন্ত্ৰী ড° হিমন্তবিশ্ব শর্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে
