ধুবুৰীৰ গৌৰীপুৰত নিৰ্বাচনী হিংসা!
এআইইউডিএফ দলৰ বাহনত আক্ৰমণ, দুৰ্বৃত্তৰ পলায়ন
ধুবুৰী:
নিৰ্বাচনৰ মনোনয়ন পত্ৰ জমা দিয়াৰ অন্তিমটো দিনটোতেই ধুবুৰীৰ গৌৰীপুৰত সংঘটিত হ’ল নিৰ্বাচনী হিংসাৰ এক ঘটনা। জানিব পৰা মতে, গৌৰীপুৰৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ এআইইউডিএফৰ দলীয় কৰ্মীৰ 
