...

বহি: ৰাজ্যত পুণৰ সন্ধানহীন অসমৰ যুৱক

Spread the love

বহি: ৰাজ্যত পুণৰ সন্ধানহীন অসমৰ যুৱক

ঢকুৱাখনাৰ ২নং বান্তৌ গাঁৱৰ প্ৰভাত দাস সন্ধানহীন

চাইন অন ডেস্ক:

বহি: ৰাজ্যত পুণৰ সন্ধানহীন অসমৰ যুৱক।এইবাৰ সন্ধানহীন হৈছে ঢকুৱাখনাৰ ২নং বান্তৌ গাঁৱৰ প্ৰভাত দাস।
যোৱা ২৮ ফেব্ৰুৱাৰীত স্থানীয় দুজন লোকৰ হৈতে কেৰেলালৈ কৰ্মৰ সন্ধানত যাত্ৰা কৰিছিল প্ৰভাত দাস নামৰ লোকজনে ।
তামিলনাডুৰ আমবুলু থানাৰ অৰ্ন্তগত jolerpattai ৰেলুৱে ষ্টেচনৰ পৰা সন্ধানহীন হৈছে প্ৰভাত দাস ৷
ব্যক্তি জনৰ সৈতে কোনো যোগাযোগ কৰিব পৰা নাই পৰিয়ালৰ লোকে।
কোনো লোকে ব্যক্তিজনৰ কিবা সন্ধান পালে স্থানীয় আৰক্ষীক অথবা
6000790075 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে দুৰ্ভগীয়া পৰিয়ালটোৰ লগতে পত্নী আৰু দুই সন্তানে।

Leave a Reply

Your email address will not be published. Required fields are marked *