...

অসম গেছ কোম্পানীত পদ মুকলি

Spread the love

অসম গেছ কোম্পানীত পদ মুকলি

আবেদনৰ অন্তিম তাৰিখ ৩১ আগষ্ট

অসম গেছ কোম্পানী লিমিটেডত খালী হোৱা কিছুসংখ্যক পদ পূৰণৰ বাবে প্ৰাৰ্থীৰ পৰা আবেদন বিচৰা হৈছে।

প্ৰতিষ্ঠানৰ নাম

অসম গেছ কোম্পানী লিমিটেড।

পদৰ নাম

আইটিআই ট্রেইনী।

পদৰ সংখ্যা

৪টা (এছচিৰ বাবে সংৰক্ষিত)।

মাহিলি ষ্টাইফেণ্ড

১০,০০০ টকা।

শিক্ষাগত অর্হতা

মেট্ৰিক উত্তীৰ্ণ হোৱাৰ লগতে অসম চৰকাৰৰ দ্বাৰা স্বীকৃতিপ্রাপ্ত প্ৰতিষ্ঠানৰ পৰা আইটিআই ডিজেল মেকানিক আৰু ফিটাৰ ট্রেড উত্তীৰ্ণ হোৱা হ’ব লাগিব।

অন্যান্য অর্হতা

প্রার্থী এছচি শ্ৰেণীৰ হোৱাৰ লগতে নিয়োগ বিনিময় কেন্দ্রত নাম পঞ্জীয়নভুক্ত কৰা হোৱা হ’ব লাগিব।

ৱেবছাইট:www.assamgas.org

আবেদনৰ ঠিকনা

দ্য মেনেজিং ডাইৰেক্টৰ, আছাম গেছ কোম্পানী লিমিটেড, দুলীয়াজান, জিলা-ডিব্ৰুগড়, পিন-৭৮৬৬০২।

Leave a Reply

Your email address will not be published. Required fields are marked *