...

ৰূপহীহাটত বিশাল ৰেলীৰে অগপ প্ৰাৰ্থী

Spread the love

ৰূপহীহাটত বিশাল ৰেলীৰে অগপ প্ৰাৰ্থী

জাকিৰ হুছেইন ফৰাজীৰ শক্তি প্ৰদৰ্শন

ৰূপহীহাট:

নিৰ্বাচনী প্ৰচাৰৰ আজি অন্তিম দিনটোত ৰূপহী হাট বিধানসভা সমষ্টিত
এনজিএ মিত্ৰজোঁটৰ প্ৰাৰ্থী জাকিৰ হুছেইন ফৰাজীৰ ৰেলীত হাজাৰ হাজাৰ সমৰ্থকৰ শক্তি প্ৰদৰ্শন।
সংখ্যালঘু সম্প্ৰদায়ৰ হাজাৰ হাজাৰ পুৰুষ মহিলা জাকিৰ হুছেইন ফৰাজীৰ হৈ ওলাই আহিছে ৰেলিত । ৰাতিপুৱা ১১ বজাত শিংগাৰী খেল পথাৰ‌ৰ পৰা এই ৰেলি উলিওৱা হৈছে। প্ৰায় দশ সহস্ৰাধিক সমৰ্থকে ৰেলীত অংশ গ্ৰহণ কৰি অগপ দলৰ শক্তি প্ৰদৰ্শন কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *