...

চাইবাৰ ক্ৰাইমৰ বিৰুদ্ধে নগাঁও আৰক্ষীৰ অভিযান

Spread the love

চাইবাৰ ক্ৰাইমৰ বিৰুদ্ধে নগাঁও আৰক্ষীৰ অভিযান

বহিঃৰাজ্যৰ দুজনসহ মুঠ ছজনক গ্ৰেপ্তাৰ

 

চাইন অন ডেস্ক:

নগাঁৱৰ ধিংগেটৰ ধালি ইছলামিয়া নামৰ এখন হোটেলৰ পৰা চাইবাৰ ক্ৰাইমৰ অপৰাধত নগাঁও আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে।
ধৃত লোক কেইজন হৈছে চণ্ডীগড়ৰ যুৱনজিৎ সিং, ৰোহিত কুমাৰ সিং আৰু নগাঁৱৰ কচুৱাৰ আইজুল ইছলাম, তফজ্জুল হুছেইন, জিয়াৰুল ইছলাম আৰু আব্দুল চাহিব।
ঘটনা সন্দৰ্ভত নগাঁও সদৰ আৰক্ষী নিবেশত ৰুজু হৈছে ৬০২/২৫ নম্বৰৰ এক গোচৰ
ভাৰতীয় ন্যায় সংহিতাৰ 61(2),318(4),316(2),336(3)sec66(c),66(D) IT act ত ৰুজু হৈছে এই গোচৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *