...
Spread the love

নগাঁৱত ভস্মীভূত হল ইণ্ডিগ’ বাহন

এচি অন কৰি কনমানিক গাড়ীৰ ভিতৰত থৈ গৈছিল পিতৃয়ে

নগাঁও জিলাৰ আয়ুক্তৰ কাৰ্যালয়ৰ সমীপত এই ঘটনা

উৎকট গৰমৰ বাবে ইঞ্জিন বিকল হৈ ভস্মীভূত হোৱাৰ আশঙ্কা ৰাইজৰ

 

চাইন অন ডেস্ক:

🎯নগাঁৱত ভস্মীভূত হল ইণ্ডিগ বাহন।
🎯নগাঁও জিলাৰ আয়ুক্তৰ কাৰ্যালয়ৰ সমীপত এই ঘটনা।
🎯উৎকট গৰমৰ বাবে ইঞ্জিন বিকল হৈ ভস্মীভূত হোৱাৰ আশঙ্কা ৰাইজৰ।
🎯কিছুমূহুৰ্তৰ পাছতে অগ্নি নিৰ্বাপক বাহিনীয়ে নিৰ্বাপন কৰে জুই।
🎯ভস্মীভূত হোৱা বাহন খনৰ নম্বৰ AS 02 H 9636।
🎯এচি অন কৰি কনমানিক গাড়ীৰ ভিতৰত থৈ গৈছিল পিতৃয়ে।
🎯কোনোমতে প্ৰাণ ৰক্ষা কনমানিৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *