...
Spread the love

 

বহিঃৰাজ্যত পুনৰ এগৰাকী অসমীয়াৰ যুৱতীৰ ৰহস্যজনক মৃত্যু

 

সঘনাই অসমৰ যুৱক-যুৱতীৰ মৃত্যুত উদ্বিগ্ন ৰাজ্য !

 

চাইন অন ডেস্ক:

বহিঃৰাজ্যত অসমৰ যুৱতীৰ ৰহস্যজনক মৃত্যু।মৃত যুৱতীগৰাকী নাজিৰাৰ শিৱালী কাশ্যপ বুলি খবৰ পোৱা গৈছে।

আহমেদাবাদত চাঁদৰ পৰা পৰি মৃত্যু হয় শিৱালীৰ।প্রেমিক সৌৰভ পুৰোহিতৰ বিৰুদ্ধে সন্দেহৰ আঙুলি পৰিয়ালৰ।ঘটনাটোৱ ব্যাপক চাঞ্চল্য স্বৃষ্টি কৰিছে।

🎯বহিঃৰাজ্যত অসমৰ যুৱতীৰ ৰহস্যজনক মৃত্যু

🎯মৃত যুৱতীগৰাকী নাজিৰাৰ শিৱালী কাশ্যপ

🎯আহমেদাবাদত চাঁদৰ পৰা পৰি মৃত্যু শিৱালীৰ

🎯প্রেমিক সৌৰভ পুৰোহিতৰ বিৰুদ্ধে সন্দেহৰ আঙুলি পৰিয়ালৰ

🎯নিশা ১২.৩৪ বজাত মাতৃৰ সৈতে ফোনযোগে কথা পাতিছিল শিৱালীয়ে

🎯ইয়াৰ পিছতে নিশা ১ বজাত শিৱালীৰ মৃত্যু হোৱা বুলি খবৰ লাভ কৰে পৰিয়ালে

Leave a Reply

Your email address will not be published. Required fields are marked *