...

ভাৰতৰ নতুন টেষ্ট অধিনায়কক নিযুক্তি দিলে শুভমান গিলক

Spread the love

 

ভাৰতৰ নতুন টেষ্ট অধিনায়কক নিযুক্তি দিলে শুভমান গিলক

 

চাইন অন ডেস্কঃ

জুন মাহত আৰম্ভ হ’বলগীয়া ইংলেণ্ডত অনুষ্ঠিত হ’বলগীয়া পাঁচখন টেষ্ট শৃংখলাৰ দল উন্মোচন কৰাৰ সময়ত শনিবাৰে ভাৰতৰ ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে ঘোষণা কৰে যে ভাৰতৰ টেষ্ট দলৰ নতুন অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে শুভমান গিলক।

ইংলেণ্ড ভ্ৰমণৰ বাবে ভাৰতৰ ১৮ জনীয়া দলটোত কৰুণ নাইৰ, শাৰদুল ঠাকুৰ আৰু ছাই সুধৰচনো আছে যদিও কোনো মহম্মদ শ্বামী নাই।

 

সম্পূৰ্ণ দলটোঃ

শুভমান গিল (অধিনায়ক), ঋষভ পন্ত (vc, wk), যশস্বী জয়ছৱাল, কে এল ৰাহুল, সাই সুধৰচন, অভিমন্যু ইয়াশ্বৰন, কৰুণ নাইৰ, নীতিশ ৰেড্ডী, ৰবীন্দ্ৰ জাদেজা, ধ্ৰুৱ জুৰেল (wk), ৱাশ্বিংটন সুন্দৰ, শাৰদুল ঠাকুৰ, যশপ্ৰীত বুমৰাহ, মহম্মদ চিৰাজ, প্ৰসিধ কৃষ্ণ, আকাশ দীপ, আৰ্ষদীপ সিং, কুলদীপ যাদৱ।

Leave a Reply

Your email address will not be published. Required fields are marked *