...

১৯ মাৰ্চত পৃথিৱীলৈ উভতিব সুনীতা উইলিয়ামছ

Spread the love

প্ৰত্যাৱৰ্তনৰ বাবে নাছাৰ প্ৰস্তুতি সম্পূর্ণ

কেপ কেনাভেৰা,৭মার্চ: মার্কিন মহাকাশ সংস্থা নাছাই ভাৰতীয় মূলৰ মহাকাশচাৰী সুনীতা উইলিয়ামছক পৃথিৱীলৈ ওভতাই অনাৰ বাবে প্রস্তুতি সম্পূৰ্ণ কৰি তুলিছে। বিগত ৯ মাহে সংগী উইলমোৰ বুশ্বৰ সৈতে অন্তৰীক্ষত আবদ্ধ সুনীতা উইলিয়ামছক ১৯ মাৰ্চত পৃথিৱীলৈ ওভতাই অনাৰ বাবে নাছাই যান প্ৰেৰণ কৰিব। এই উদ্ধাৰ অভিযানৰ বাবে এলন মাস্কৰ কোম্পানী স্পেচ এক্সক দায়িত্ব অর্পণ কৰিছে। স্পেচ এক্সৰ যানেৰে পৃথিৱীলৈ উভতিব সুনীতা উইলিয়ামছ।

Leave a Reply

Your email address will not be published. Required fields are marked *