...

১৯ এপ্ৰিলত প্ৰথমখন বন্দে ভাৰত ৰে’ল কাশ্মীৰলৈ

Spread the love

ফ্লেগ অফ কৰিব প্ৰধানমন্ত্ৰী মোদীয়েঃ জিতেন্দ্ৰ সিং

চাইন অন ডেক্সঃ
জম্মু-কাটৰা-শ্ৰীনগৰ বন্দে ভাৰত এক্সপ্ৰেছ প্ৰথম অৱস্থাত কাটৰাৰ পৰা চলিব। কাৰণ জম্মু ৰেলৱে ষ্টেচনৰ পুনঃনিমাৰ্ণৰ কাম চলি আছে

২৭২ কিলোমিটাৰ দৈৰ্ঘ্যৰ উধমপুৰ-শ্ৰীনগৰ-বাৰামুল্লা ৰে’ল সংযোগ প্ৰকল্পৰ কাম সম্পূৰ্ণ হোৱাৰ উপলক্ষে ১৯ এপ্ৰিলত কাটৰাৰ পৰা কাশ্মীৰলৈ যোৱা প্ৰথমখন বন্দে ভাৰত ৰে’লৰ ফ্লেগ অফ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *