...

শীঘ্ৰেই ৰাজ্যত মুকলি হ’ব তিনিখনকৈ নতুন টোলগেট

Spread the love

বৃদ্ধি পাব টোলগেট আৰু টোলকৰ

অধিক ব্যয়বহুল হ’ব ৰাষ্ট্ৰীয় ঘাইপথেৰে যাতায়াত

৫ ৰ পৰা ১৫ শতাংশ পৰ্যন্ত বৃদ্ধি পাব টোল মাচুল

শীঘ্ৰেই কলিয়াবৰ আৰু তেজপুৰৰ মাজত চুলুঙত, দেৰগাঁৱৰ সমীপৰ ৰঙামাটিত আৰু বিশ্বনাথ চাৰিআলিৰ সমীপৰ মোনাবাৰীত টোলগেট মুকলি কৰা হ’ব । ইতিমধ্যে এই তিনিওখন টোলগেটৰ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পাছত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে শীঘ্ৰে কাৰ্যকৰী কৰাৰ বাবে যাৱতীয় প্ৰক্ৰিয়া আৰম্ভ কৰিছে

Leave a Reply

Your email address will not be published. Required fields are marked *