...

ব্ৰিটেইনৰ আদালতত পুনৰ মুখথেকেচা নীৰৱ মোদীৰ |

Spread the love

নীৰৱ মোদীক ২০১৯ চনত লণ্ডনত গ্ৰেপ্তাৰ কৰিছিল

নীৰৱ মোদী আৰু তেওঁৰ মোমায়েক মেহুল চক্সী হৈছে পি এন বি দুৰ্নীতিৰ মুখ্য অভিযুক্ত

 

চাইন অন ডেক্সঃ

এটা গুৰুত্বপূৰ্ণ পৰিঘটনাত লণ্ডনৰ কিংছ বেঞ্চ ডিভিজনৰ হাইকোৰ্ট অব জাষ্টিচে বৃহস্পতিবাৰে নীৰৱ মোদীৰ নতুন জামিন আবেদন খাৰিজ কৰে । উল্লেখ্য যে নীৰৱ মোদী ২০১৯ চনৰ ১৯ মাৰ্চৰ পৰা ব্ৰিটেইনৰ এখন জেলত কাৰাবন্দী হৈ আছে ।

তেওঁ ৬,৪৯৮.২০ কোটি টকাৰ পঞ্জাব নেচনেল বেংক জালিয়াতিৰ গোচৰ

Leave a Reply

Your email address will not be published. Required fields are marked *