...

ডিব্ৰুগড়ত পঞ্চায়ত নিৰ্বাচনৰ মুঠ প্ৰাথীৰ তালিকা !

Spread the love

২২ টা জিলা পৰিষদ, ৭ খন আঞ্চলিক পঞ্চায়ত, আৰু ৯৩ খন গাঁও পঞ্চায়তৰ অন্তৰ্গত ৯৩০ টা ৱাৰ্ড সদস্য পদৰ বাবে হব নিৰ্বাচ

 

চাইন অন ডেক্সঃ
ডিব্ৰুগড় জিলাৰ ২২ টা জিলা পৰিষদ, ৭ খন আঞ্চলিক পঞ্চায়ত, আৰু ৯৩ খন গাঁও পঞ্চায়তৰ অন্তৰ্গত ৯৩০ টা ৱাৰ্ড সদস্য পদৰ বাবে ডিব্ৰুগড় জিলাত ২ মে’, ২০২৫ তাৰিখে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ’ব।আৰু এই নিৰ্বাচন ১১৬৫টা ভোটকেন্দ্ৰত ভোটগ্ৰহণ অনুষ্ঠিত কৰা হ’ব।
কালি মনোনয়ন দাখিলৰ শেষ সময়লৈকে দাখিল কৰা জেডপিচি আৰু এপিৰ বাবে মুঠ মনোনয়ন আছিল এনেধৰণৰ

জিলা পৰিষদ (জেডপিচি):
১.চাবুৱা -লাহোল : ১২
২.ডিব্ৰুগড় : ৫
৩.খোৱাং: ১১
৪.দুলিয়াজানঃ ৯
৫.টিংখং: ১১
৬.নাহৰকটীয়াঃ ১০
মুঠ: ৫৮ জন
————–
আঞ্চলিক পঞ্চায়ত (এপি):
১.চাবুৱা: ২৬
২.লাহোৱাল : ২৯
৩.বৰবৰুৱা : ২৯
৪.খোৱাং: ৩৭
৫.দুলিয়াজানঃ ৪৫
৬.টিংখং: ২৬
৭.নাহৰকটীয়াঃ ৩৫
মুঠ: ২২৭ জন

আজি মনোনয়ন পত্ৰৰ পৰীক্ষাৰ অন্তত প্ৰকাশ পাব বৈধ মনোনয়নৰ তালিকা।অহা ১৭ এপ্ৰিলৰ বিয়লি ৩ বজাৰ ভিতৰত প্ৰাৰ্থীয়ে মনোনয়ন প্ৰত্যাহাৰ কৰিব পাৰিব, তাৰ পিছত প্ৰতিদ্বন্দ্বিতামূলক প্ৰাৰ্থীৰ চূড়ান্ত তালিকা প্ৰকাশ কৰা হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *