...

আজি ​​ডিব্ৰুগড়ত মক ড্ৰিল

Spread the love

ৰাজ্যজুৰি প্ৰস্তুতি চলোৱাৰ প্ৰথম পদক্ষেপ হিচাপে আজি ​​ডিব্ৰুগড়ত ডিব্ৰুগড় জিলা প্ৰশাসনে ম’ক ড্ৰিল অনুষ্ঠিত কৰিব।

মহানগৰীৰ মাজমজিয়াৰ ক’ল ৰোডত বিয়লি ৪:০০ বজাত অনুষ্ঠিত হ’ব মক ড্ৰিল। অসামৰিক প্ৰতিৰক্ষা, অগ্নিনিৰ্বাপক আৰু জৰুৰীকালীন সেৱা, স্বাস্থ্য সেৱা, আৰু এম্বুলেন্স ইউনিটকে ধৰি বিভিন্ন জৰুৰীকালীন সঁহাৰি সংস্থাই এই অনুশীলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিব।

জিলা উপায়ুক্ত বিক্ৰম কৈৰীয়ে অৱগত কৰে যে এই মক ড্ৰিলৰ লক্ষ্য হৈছে কোনো দুৰ্যোগৰ সময়ত আন্তঃসংস্থা সমন্বয় আৰু প্ৰস্তুতিৰ মূল্যায়ন কৰা।

Leave a Reply

Your email address will not be published. Required fields are marked *